உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » sports »T20 WC, K L Rahul: ভাৰতৰ বৃহৎ বিজয়ৰ পিছতে আথিয়া ছেট্টীৰ প্ৰতি প্ৰেম ৰজহুৱা কৰিলে কে এল ৰাহুলে, চাওক Photos

    T20 WC, K L Rahul: ভাৰতৰ বৃহৎ বিজয়ৰ পিছতে আথিয়া ছেট্টীৰ প্ৰতি প্ৰেম ৰজহুৱা কৰিলে কে এল ৰাহুলে, চাওক Photos

    T20 World Cup 2021: কে এল ৰাহুলে (KL Rahul) -২০ বিশ্বকাপত স্কটলেণ্ডৰ বিৰুদ্ধে ১৮টা বলত বিস্ফোৰক ৫০ ৰাণ কৰে। এই খেলখনত ভাৰতে স্কটলেণ্ডক ৮ উইকেটত পৰাস্ত কৰিছে। জয়ৰ পিছতে অপেনাৰ কে এল ৰাহুলে অভিনেত্ৰী আথিয়া ছেট্টী (athiya shetty)ৰ প্ৰতি তেওঁৰ প্ৰেম ৰাজহুৱাকৈ প্ৰকাশ কৰে।