জছ বাটলাৰ, ডেভিদ মালান আৰু ফিলিপ চল্টৰ শতকঅৰ্জন কৰি ইংলেণ্ডে প্ৰথমে বেটিং কৰে আৰু ৪ উইকেটত ৪৯৮ ৰাণ সংগ্ৰহ কৰে। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা দলে অৰ্জন কৰা এইটো সৰ্বাধিক স্ক'ৰ। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৪৮১ ৰাণ সংগ্ৰহ কৰি বিশ্ব অভিলেখ গঢ়িছিল। (এএফপি)