Home » photogallery » sports »এ বি ডি ভিলিয়াৰ্ছৰ বিশ্ব ৰেকৰ্ড ভাঙিব নোৱাৰিলে জছ বাটলাৰে, কিন্তু দেখুৱালে এটা দুৰ্দান্ত ইনিংছ ...

এ বি ডি ভিলিয়াৰ্ছৰ বিশ্ব ৰেকৰ্ড ভাঙিব নোৱাৰিলে জছ বাটলাৰে, কিন্তু দেখুৱালে এটা দুৰ্দান্ত ইনিংছ ...

ইংলেণ্ডৰ উইকেটকিপাৰ বেটছমেন জছ বাটলাৰ এই মুহূৰ্তত সুন্দৰ ফৰ্মত আছে। বাটলাৰে আয়োজক নেডাৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক খেলত অপৰাজিত ১৬২ ৰাণৰ ইনিংছ খেলি তেওঁৰ দলটোক এক সুন্দৰ বিজয় প্ৰদান কৰে। অৱশ্যে, বাটলাৰে এই সময়ছোৱাত দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটছমেন এ বি ডি ভিলিয়ৰ্ছৰ বিশ্ব অভিলেখ ভংগ কৰিব নোৱাৰিলে। সেই বিশ্ব ৰেকৰ্ড কি আছিল, আমি আপোনাক কওঁ:-