Home » photogallery » sports »এজবাষ্টন টেষ্টৰ চুপাৰষ্টাৰ জো ৰুট ! বিৰাট কোহলী আৰু ষ্টিভ স্মিথক অতিক্ৰম কৰি 'ফেব-৪'ত টপাৰ হৈ পৰিছে ৰুট ...

এজবাষ্টন টেষ্টৰ চুপাৰষ্টাৰ জো ৰুট ! বিৰাট কোহলী আৰু ষ্টিভ স্মিথক অতিক্ৰম কৰি 'ফেব-৪'ত টপাৰ হৈ পৰিছে ৰুট ...

'ফেব-৪'ৰ অৰ্থ হৈছে বৰ্তমানৰ টেষ্ট ফৰ্মেটৰ ৪ জন কিংবদন্তি বেটছমেন। তেওঁলোকৰ ভিতৰত আছে ইংলেণ্ডৰ জো ৰুট, অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ আৰু ভাৰতৰ বিৰাট কোহলী, নিউজিলেণ্ডৰ কেন উইলিয়ামছন। এজবাষ্টনত ভাৰতৰ বিৰুদ্ধে শৃংখলাৰ ৫ম টেষ্ট মেচত জো ৰুটে শতক অৰ্জন কৰিছে।