Home » photogallery » sports »IND vs SCO, T20 WC: ভাৰতৰ ঐতিহাসিক বিজয়ত ইতিহাস সৃষ্টি কৰিলে যশপ্ৰীত বুমৰাহে ...

IND vs SCO, T20 WC: ভাৰতৰ ঐতিহাসিক বিজয়ত ইতিহাস সৃষ্টি কৰিলে যশপ্ৰীত বুমৰাহে ...

India vs Scotland, T20 World Cup 2021: যশপ্ৰীত বুমৰাহে (Jasprit Bumrah) টি-২০ আন্তঃৰাষ্ট্ৰীয়ত ভাৰতৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হৈ পৰিছে। বুমৰাহে লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালক (Yuzvendra Chahal) পিছ পেলাইছে।

শেহতীয়া বাতৰি