Home » photogallery » sports »IPL 2022: হাৰ্দিক পাণ্ডিয়াই দৰমহাৰ ক্ষেত্ৰত এম এছ ধোনীকো অতিক্ৰম কৰে, বিৰাট কোহলীৰ সমান টকা লাভ কৰে পাণ্ডিয়াই ...

IPL 2022: হাৰ্দিক পাণ্ডিয়াই দৰমহাৰ ক্ষেত্ৰত এম এছ ধোনীকো অতিক্ৰম কৰে, বিৰাট কোহলীৰ সমান টকা লাভ কৰে পাণ্ডিয়াই ...

IPL 2022: আহমেদাবাদ ফ্ৰেঞ্চাইজিয়ে (Ahmedabad franchises) আই পি এল ২০২২ ৰ বাবে দলত ২ জন খেলুৱৈক বৃহৎ পৰিমাণৰ ধনত অন্তৰ্ভুক্ত কৰিছে। হাৰ্ডিক পাণ্ডিয়া (Hardik Pandya) আৰু ৰছিদ খানক (Rashid Khan) দলটোৰ পৰা ১৫-১৫ কোটি টকা দিয়া হৈছে।