Home » photogallery » sports »IPL 2022: বিশ্বৰ আটাইতকৈ নামী খেলুৱৈসকলৰ ভিতৰত ৫জন যাক IPL 2022ত দেখা নাযাব

IPL 2022: বিশ্বৰ আটাইতকৈ নামী খেলুৱৈসকলৰ ভিতৰত ৫জন যাক IPL 2022ত দেখা নাযাব

IPL 2022: আই পি এল ২০২২ (IPL 2022) ছিজন শনিবাৰে (২৬ মাৰ্চ) আৰম্ভ। ক্ৰিকেটৰ আটাইতকৈ সন্মানীয় লীগত সমগ্ৰ বিশ্বৰ বহুতো খেলুৱৈক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰা দেখা যাব। পিছে একে সময়তে কেইজনমান দ্বিগ্বজ খেলুৱৈয এইবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ছিজনত অনুপস্থিত থাকিব।

শেহতীয়া বাতৰি