ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তৰ (Rishabh Pant) প্ৰেমিকা ইশা নেগীৰ (Isha Negi) ফটোৱে কঁপাইছে ছচিয়েল মিডিয়া। কোন এই ইশা নেগী জানেনে? (ফটো : ইনষ্টাগ্ৰাম) ইশা দেৰাদুনৰ বাসিন্দা। পেছাত ব্যৱসায়ী আৰু এণ্টাৰপ্ৰেনৰ লগতে ইণ্টেৰিয়ৰ ডিজাইনাৰো। (ফটো : ইনষ্টাগ্ৰাম) ইশা নেগী ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। তেওঁৰ ফটোৰ বাবে চৰ্চাত থাকে ছচিয়েল মিডিয়াত। (ফটো : ইনষ্টাগ্ৰাম) ইশাৰ সকলো ফটোৱেই পছন্দ কৰে অনুৰাগীসকলে। দেৰাদুনতে লিখা–পঢ়া কৰিছে ইশাই। (ফটো : ইনষ্টাগ্ৰাম) দেৰাদুনৰ জিছছ এণ্ড মেৰি স্কুলত লেখা–পঢ়া, তাৰ পিছত নয়দাৰ এমিটি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজত পঢ়া–শুনা কৰে। (ফটো : ইনষ্টাগ্ৰাম) ইশা নেগীৰ দীৰ্ঘ সময় ধৰি ক্ৰিকেটাৰ ঋষভ পন্তৰ সৈতে সম্পৰ্ক আছে। (ফটো : ইনষ্টাগ্ৰাম) ২০২০ চনত ইশা নেগী আৰু ঋষভ পন্তৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল। সেই সময়ত ঋষভ পন্তে ইশাৰ সৈতে থকা সম্পৰ্কৰ কথা স্বীকাৰ কৰে। (ফটো : ইনষ্টাগ্ৰাম) ইয়াৰ পূৰ্বে ঋষভ পন্তৰ সম্পৰ্ক বলীউদৰ অভিনেত্ৰী উৰ্বশী ৰৌতেলাৰ সৈতে আছিল বুলি খবৰ ওলাইছিল। (ফটো : ইনষ্টাগ্ৰাম) ইশা নেগীৰ প্ৰতিখন ফটোৱে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। (ফটো : ইনষ্টাগ্ৰাম)