Home » photogallery » sports »নতুন বছৰত ৩ খন মেচত দুটা শতক অৰ্জন কৰি একাধিক অভিলেখ গঢ়ি বিৰাটৰ 'বিৰাট' বাৰ্তা, তেওঁ কি ক'লে ?

নতুন বছৰত ৩ খন মেচত দুটা শতক অৰ্জন কৰি একাধিক অভিলেখ গঢ়ি বিৰাটৰ 'বিৰাট' বাৰ্তা, তেওঁ কি ক'লে ?

ভাৰত বনাম শ্ৰীলংকাৰ তৃতীয় এদিনীয়াত প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াই ৫০ অভাৰত ৫ টা উইকেট হেৰুৱাই ৩৯০ ৰাণ সংগ্ৰহ কৰে। বিৰাট কোহলীয়ে ভাৰতৰ হৈ পুনৰ এটা শতক অৰ্জন কৰে।

শেহতীয়া বাতৰি