உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » sports »IND vs SA 3rd Test : পৰৱৰ্তী টেষ্টত বিৰাট খেলাটো প্ৰায় খাটাং ! তেন্তে কাৰ স্থান ল'ব বিৰাটে ? কোন হ'ব বাহিৰ ?

    IND vs SA 3rd Test : পৰৱৰ্তী টেষ্টত বিৰাট খেলাটো প্ৰায় খাটাং ! তেন্তে কাৰ স্থান ল'ব বিৰাটে ? কোন হ'ব বাহিৰ ?

    India vs South Africa : ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত শৃংখলাৰ তৃতীয় আৰু অন্তিম টেষ্ট ১১ জানুৱাৰীত কেপ টাউনত আৰম্ভ হ'ব। বিৰাট কোহলীয়ে (Virat Kohli) এই খেলখনত ভাৰতীয় টেষ্ট দললৈ উভতি অহাৰ সম্ভাৱনা আছে। কোনজন খেলুৱৈক দলৰ পৰা বাদ দিয়া হৈছে সেয়া চাবলৈ আকৰ্ষণীয় হ'ব।