টি-২০ বিশ্বকাপ (T20 World Cup 2021)ৰ আজি ছুপাৰ ছানডে (October 24, 2021 may be the Super Sunday)। চিৰ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান মুখামুখি হ'ব আজি (The tighten clash between India and Pakistan) ৷ ছুপাৰ-১২ৰ আজি মহাৰণ। আজি সন্ধিয়া ৭ বজাত ভাৰত পাকিস্তানৰ মুখামুখি হ'ব। এফালে বিৰাট কোহলি (Virat Kohli) আৰু আনফালে বাবৰ আজম (Babar Azam)ৰ দলত প্ৰতিমুহূৰ্তত বাঢ়িছে উত্তেজনা ৷ (ছবি সৌজন্য AFP) ৷
টি ২০ বিশ্বকাপ (T20 World Cup 2021)ৰ কাৰণে ভাৰতৰ প্ৰাক্তন তাৰকা অধিনায়ক মহেন্দ্র সিং ধোনীক মেণ্টৰ নিয়োগ কৰিছে বিচিচিআইয়ে (For T20 World Cup 2021 BCCI has appointed Mahendra Singh Dhoni as Team India's mentor) ৷ পাকিস্তানৰে মেচৰ আগমুহূৰ্তত মেণ্টৰ ধোনীয়ে ক্লাছ লৈছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিৰ। (Before the clash Mentor Dhoni is taking class of Captain Kohli) ৷ (ছবি সৌজন্য AFP) ৷
T20 World Cup: ভাৰতে পাকিস্তানৰ বিৰুদ্ধে মুঠ ৮খন টি-২০ মেচ খেলিছে৷ ভাৰতে ৮ খন মেচত ৬ খন মেচ জিকিছে৷ এখন মেচ ড্ৰ হৈছে ৷ পাকিস্তানে এখন মেচ জিকিছে ৷ অৱশ্যে বিশ্বকাপৰ ইতিহাসত ভাৰত এতিয়ালৈকে পাকিস্তানৰ বিৰুদ্ধে অপৰাজিত হৈ আছে ৷ (The T20 world record tells India was always winner against Pakistan) ৷ (ছবি সৌজন্য AP) ৷