Home » photogallery » sports »T20 World Cup 2021| Ind Vs Pak: পাক বধৰ বাবে মেণ্টৰ ধোনীয়ে দীঘলীয়া ক্লাছ ল'লে বিৰাটৰ, অপ্ৰতিৰোধ্য হৈ উঠিছে কোহলি

T20 World Cup 2021| Ind Vs Pak: পাক বধৰ বাবে মেণ্টৰ ধোনীয়ে দীঘলীয়া ক্লাছ ল'লে বিৰাটৰ, অপ্ৰতিৰোধ্য হৈ উঠিছে কোহলি

T20 World Cup 2021| Ind Vs Pak: টি-২০ বিশ্বকাপৰ আজি ছুপাৰ ছানডে, ভাৰত-পাকিস্তানৰ খেলৰ আগমুহূৰ্তত উপমহাদেশত ক্ৰমে বাঢ়িছে উত্তেজনা। সীমান্তৰ যুঁজ যেন স্থানান্তৰ হৈছে ২২ গজৰ যুঁজলৈ।