IND vs AUS: নাগপুৰত অষ্ট্ৰেলিয়াক ঘূৰ্ণীৰ যাদু দেখুৱালে অশ্বিন-জাদেজাই ! ৰোহিতৰ পিছত অক্ষৰ পেটেলেও দেখুৱালে বেটিঙৰ ক্লাছ ...
India humiliate Australia with innings win at Nagpur as Pat Cummins says wicket was quite playable. নাগপুৰত ভাৰতীয় দলটোৱে যিদৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰিছিল, ই প্ৰমাণ কৰে যে অষ্ট্ৰেলিয়া এতিয়াও ভাৰতৰ মাটিত ভাৰতক পৰাস্ত কৰাৰ অৱস্থাত নাই।