ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা (Rohit Sharma) শ্ৰীলংকা ছিৰিজত ব্যস্ত আছে। ভাৰত বনাম শ্ৰীলংকা ছিৰিজৰ প্ৰথম মেচত জয়লাভ কৰি ছিৰিজত আগুৱাই আছে টীম ইণ্ডিয়া। টি টুৱেণ্টি ছিৰিজৰ পিছত হ’ব টেষ্ট ছিৰিজ। ভাৰতীয় দল আৰু মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাই দুটাকৈ ছিৰিজ হোৱাইট ৱাচ কৰিছে। এইবাৰ তৃতীয় ছিৰিজো হোৱাইট ৱাচ কৰিব পাৰে। কিন্তু ইয়াৰ মাজতে হঠাৎ ৰোহিত শৰ্মাৰ পত্নী ছচিয়েল মিডিয়াত কৰা পোষ্ট ভাইৰেল হৈ পৰিছে। ৰিতিকা ছজদে আৰু ৰোহিত শৰ্মাৰ সম্পৰ্ক খুব ভাল সেয়া সকলোৱে জানে। কিন্তু তাৰ পিছতো এনে ৰিতিকাই কৰা এই পোষ্ট এতিয়া ভাইৰেল নেট জগতত। Photo Courtesy- Instagram