உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » sports »ICC Women's World Cup 2022: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাকিস্তানৰ বিজয়ে সহজ কৰিব নেকি ভাৰতৰ ছেমিত প্ৰৱেশৰ পথ ? বাকী থকা খেলত ভাৰতৰ লক্ষ্য কি ?

    ICC Women's World Cup 2022: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাকিস্তানৰ বিজয়ে সহজ কৰিব নেকি ভাৰতৰ ছেমিত প্ৰৱেশৰ পথ ? বাকী থকা খেলত ভাৰতৰ লক্ষ্য কি ?

    টীম ইণ্ডিয়াৰ ৫ খন খেলৰ পৰা ৪ পইণ্ট আছে৷ তেওঁলোক ৪ৰ্থ স্থানত আছে৷ ভাৰতে ২২ মাৰ্চত বাংলাদেশৰ বিৰুদ্ধে খেলিব৷ Team Indiaৰ ৰাণৰেট অতি ভাল৷ ইংলেণ্ডৰ ৫ খন মেচত ৪ পইণ্ট, ৬ খন মেচত নিউজিলেণ্ডৰ ৪ পইণ্ট আছে৷