ভাৰতৰ প্ৰথমখন জীপ গ্ৰেণ্ড চেৰ’কি ট্ৰেক হক (Jeep Grand Cherokee Track hawk)ৰ মালিক ধোনী। ২০১১ চনত তেওঁ এই গাড়ীখন কিনিছিল। ভাৰতত এই গাড়ীখনৰ এক্স-শ্ব’ৰুমৰ মূল্য প্ৰায় ১.১২ কোটি টকা।
3/ 7
ধোনীৰ এখন ফেৰাৰী ৫৯৯ GTO আছে। ২০১১ চনত বিশ্বকাপ জয় কৰাৰ পিছত ক্ৰয় কৰিছিল এই গাড়ীখন। এই গাড়ীখনৰ বিশেষ বৈশিষ্ট্য হ’ল ই ৩.৫ ছেকেণ্ডতকৈও কম সময়ৰ ভিতৰতে ১০০ কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিব পাৰে। এই গাড়ীখনৰ দাম ১.৩৯ কোটি টকা।
4/ 7
মহেন্দ্ৰ সিং ধোনীৰ হাতত আছে এখন হামাৰ H-2, যাৰ দাম প্ৰায় ৭৫ লাখ টকা। গাড়ীখনত ৬.২ লিটাৰৰ V-8 পেট্ৰ’ল ইঞ্জিন আছে।
5/ 7
ধোনীৰ গাড়ীলৈ এখন লেণ্ড ৰভাৰ ফ্ৰীলেণ্ডাৰো আছে। ২০১৪ চনত এই SUV মডেলৰ উৎপাদন বন্ধ হৈছিল। গাড়ী সম্পৰ্কীয় এটা ৱেবচাইটৰ মতে, এই গাড়ীখনৰ দাম প্ৰায় ৩৫-৪৮ লাখ টকা।
6/ 7
ধোনীৰ এখন অ’ডি গাড়ী আছে। তেওঁৰ হাতত আছে ক’লা ৰঙৰ Q-7 (Audi Q7) মডেল। ইয়াত ২৯৬৭ চি চি ডিজেল ইঞ্জিন আছে। এই গাড়ীখনৰ দাম প্ৰায় ৮৪ লাখ টকা। এই গাড়ীখন বিৰাট কোহলীৰো আছে।
7/ 7
ধোনীৰ হাতত আছে এখন নিছান জংগা (Nissan Jonga)ও। ২০১৯ চনত কিনিছিল। এই জীপখন ভাৰতীয় সেনাই ব্যৱহাৰ কৰিছিল। এই মডেলটো আৰু সৃষ্টি নহয়। এই সেউজীয়া জীপখন মধ্যপ্ৰদেশৰ জব্বলপুৰৰ।