Home » photogallery » sports »Hardik Pandya|Asia Cup 2022: এছিয়া কাপলৈ যোৱাৰ পূৰ্বে নাটাছা ষ্টেনকোভিচৰ সৈতে সময় কটালে হাৰ্ডিক পাণ্ডিয়াই, ভাইৰেল ফটো

Hardik Pandya|Asia Cup 2022: এছিয়া কাপলৈ যোৱাৰ পূৰ্বে নাটাছা ষ্টেনকোভিচৰ সৈতে সময় কটালে হাৰ্ডিক পাণ্ডিয়াই, ভাইৰেল ফটো

এছিয়া কাপ-২০২২ৰ বাবে ডুবাইলৈ যোৱাৰ পূৰ্বে ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই পত্নী নাটাছা ষ্টেংকোভিচ আৰু পুত্ৰ আগস্ত্যৰ সৈতে সময় কটায়। গ্ৰীচত কটোৱা বন্ধৰ সময়ছোৱাত নাটাছাই ছ’চিয়েল মিডিয়াত বহু ছবি শ্বেয়াৰ কৰিছে।

শেহতীয়া বাতৰি