শিখৰ ধৱনে নিজতকৈ ১০ বছৰ ডাঙৰ আৰু দুই সন্তানৰ মাতৃ আয়েশাক নিজৰ জীৱন সংগী কৰি লৈছিল। আচলতে আয়েশাৰ পৰিয়াল অষ্ট্ৰেলিয়াত থাকে। তেওঁৰ পিতৃ বেংগলী আৰু মাতৃ ব্ৰিটিছ। পেছাত কিক বক্সাৰ আয়েশাৰ ধৱনৰ সৈতে দ্বিতীয় বিবাহ আছিল। দুয়োৰে সাক্ষাৎ ফেচবুকৰ জৰিয়তে হৈছিল। ইয়াৰ পিছত দুয়ো ২০১২ চনত বিবাহপাশত আবদ্ধ হয়। (ফটো : shikhardofficial)