உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » sports »HBD Shikhar Dhawan: ফেচবুকত ১০ বছৰ ডাঙৰ যুৱতীৰ সৈতে প্ৰেম, ইনষ্টাগ্ৰামত হ’ল তালাক

    HBD Shikhar Dhawan: ফেচবুকত ১০ বছৰ ডাঙৰ যুৱতীৰ সৈতে প্ৰেম, ইনষ্টাগ্ৰামত হ’ল তালাক

    Happy Birthday Shikhar Dhawan: কোনোৱে ভৱা নাছিল যে ফেচবুকৰ জৰিয়তে আৰম্ভ হোৱা এক প্ৰেম কাহিনীৰ অন্ত পৰাৰ খবৰ ইনষ্টাগ্ৰামৰ যোগেদি পাম বুলি। এই যুটীয়ে ২০১২ চনত বিবাহপাশত আবদ্ধ হৈছিল আৰু ২০১৪ত পুত্ৰ জোৰাৱৰৰ জন্ম হয়।