ফিফা বিশ্বকাপ ২০২২ ২০ তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে। এইবাৰ কোন দেশৰ দল শক্তিশালী, এইবাৰ কোন বিশ্ব চেম্পিয়ন হ'ব তাক লৈ যথেষ্ট জল্পনা-কল্পনা চলি আছে। বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে, বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে বাছনি কৰিছে কোনখন দেশ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হ'ব।