Home » photogallery » sports »অৱশেষত মেছিয়ে স্পৰ্শ কৰিলে মাৰাডোনাক ! বিশ্বকাপৰ মজিয়াত খেলেই নহয় গ'লেৰেও স্পৰ্শ কৰিলে মেছিয়ে ...

অৱশেষত মেছিয়ে স্পৰ্শ কৰিলে মাৰাডোনাক ! বিশ্বকাপৰ মজিয়াত খেলেই নহয় গ'লেৰেও স্পৰ্শ কৰিলে মেছিয়ে ...

কাটাৰ বিশ্বকাপত মেক্সিকোৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ ২-০ গ'লৰ জয়ে তেওঁলোকৰ আশা জীয়াই ৰাখিছে। খেলখনত লিঅনেল মেছি আৰু এঞ্জো পেৰেজে গ'ল কৰিছিল। একে সময়তে, মেছিয়ে কেইবাটাও অভিলেখ গঢ়িছিল।

শেহতীয়া বাতৰি