মাৰাডোনাই ১৯৮২ চনৰ বিশ্বকাপত ৫ খন খেলত ২টা, ১৯৮৬ চনৰ বিশ্বকাপত ৭ খন খেলত ৫টা, ১৯৯০ চনৰ বিশ্বকাপত ৭ খন খেলত ০ টা আৰু ১৯৯৪ চনৰ বিশ্বকাপত ২ খন খেলত ১ টা গ'ল কৰিছিল। আনহাতে, মেছিয়ে ২০০৬ চনৰ বিশ্বকাপত ৩ খন খেলত ১টা, ২০১০ চনৰ বিশ্বকাপত ৫ খন খেলত ০টা, ২০১৪ চনৰ বিশ্বকাপত ৭ খন খেলত ৪ টা গ'ল, ২০১৮ বিশ্বকাপত ৪ খন খেলত ১ টা গ'ল, ২০২২ চনৰ বিশ্বকাপত এতিয়ালৈকে ২ খন মেচত ২ টা গ'ল কৰিছে।