Home » photogallery » sports »Fifa World Cup 2022: কোৱাৰ্টাৰ ফাইনেলত ব্রাজিল দলত কি চমক থাকিব ? কেনে হ'ব পাৰে ক্ৰোৱেছিয়াৰ মূল একাদশ ?

Fifa World Cup 2022: কোৱাৰ্টাৰ ফাইনেলত ব্রাজিল দলত কি চমক থাকিব ? কেনে হ'ব পাৰে ক্ৰোৱেছিয়াৰ মূল একাদশ ?

শুকুৰবাৰে বিশ্বকাপৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল বনাম ক্ৰোৱেছিয়া মুখামুখি হ'ব। নেইমাৰে ছেমি ফাইনেলত উপনীত হোৱাৰ বিষয়ে আত্মবিশ্বাসী। টিটৰ দলটোক বাধা দিবলৈ ক্ৰোৱেছিয়া সাজু। মেগা মেচখনত দুয়োটা দলৰ সম্ভাৱ্য একাদশৰ ওপৰত এবাৰ চকু ফুৰাওক।

শেহতীয়া বাতৰি