বিজ্ঞাপন
মুখ্যপৃষ্ঠা / ফটো / ক্ৰীড়া / Messi-Sachin: জাৰ্ছীৰ নম্বৰ ১০! শেষ বিশ্বকাপত বিশ্বজয়, শচীন–মেছীৰ অজস্ৰ মিল, দুই কিংবদন্তিৰ জীৱনৰ কাহিনী ভাইৰেল

Messi-Sachin: জাৰ্ছীৰ নম্বৰ ১০! শেষ বিশ্বকাপত বিশ্বজয়, শচীন–মেছীৰ অজস্ৰ মিল, দুই কিংবদন্তিৰ জীৱনৰ কাহিনী ভাইৰেল

Messi-Sachin Tendulkar: খেলপথাৰ আৰু খেলপথাৰৰ বাহিৰত শচীন যিদৰে জনপ্ৰিয় সেইদৰেই লিঅ’নেল মেছীও। দলৰ মনোবল বৃদ্ধিত মেছী আৰু শচীন এক ডাঙৰ ভৰসা।

01
লিঅ’নেল মেছী আৰু শচীন তেণ্ডুলকাৰৰ বহুকেইটা মিল চকুত পৰে। তেওঁলোকৰ মাজত যিবোৰ মিল বেছিকৈ চকুত পৰে তাৰ অন্যতম হ’ল এই দুই কিংবদন্তিৰ জাৰ্ছীৰ নম্বৰ ১০। (ফাইল ফটো)

02
শচীনৰো জীৱনৰ শেষ বিশ্বকাপ জয়ৰ সপোন পূৰ্ণ হৈছিল, মেছীৰো স্বপ্নপূৰ্ণ হৈছে বিশ্বকাপ জয়ৰ। সম্ভৱত এয়াই মেছীৰ শেষ বিশ্বকাপ। এই দুই তাৰকাই সপোন পূৰণ কৰিবলৈ অপেক্ষা কৰিবলগীয়া হৈছে শেষ বিশ্বকাপ পৰ্যন্ত। (ফাইল ফটো)

03
২০১৪ চনত আৰ্জেণ্টিনাই ফাইনেলত প্ৰৱেশ কৰিছিল যদিও জাৰ্মানীৰ হাতত পৰাজিত হৈছিল। (ফাইল ফটো)

04
বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিও স্বপ্নভংগ হৈছিল দুই তাৰকাৰ। মন ভাঙি যোৱাৰ ৮ বছৰ পিছত শচীনৰ সপোন পূৰ্ণ হয়। মেছীৰো ঠিক আঠ বছৰ পিছত স্বপ্ন পূৰণ হ’ল। অৰ্থাৎ ২০১৪ৰ ৮ বছৰ পিছত বিশ্বজয়ৰ কপোন পূৰ্ণ হ’ল মেছীৰ। (ফাইল ফটো)

05
শচীনৰ যিদৰে ফেন ফলোৱাৰ সমগ্ৰ বিশ্বতে আছে, মেছীৰো সমগ্ৰ বিশ্বজুৰি আছে সমৰ্থক। (ফাইল ফটো)

06
মেছীৰ বিশ্বকাপ জয় আছিল এক সপোন, সমগ্ৰ পৃথিৱী অপেক্ষাত আছিল এই সপোন পূৰণৰ বাবে। (ফাইল ফটো)

07
খেলপথাৰ আৰু খেলপথাৰৰ বাহিৰত শচীন যিদৰে জনপ্ৰিয় সেইদৰেই লিঅ’নেল মেছীও। দলৰ মনোবল বৃদ্ধিত মেছী আৰু শচীন এক ডাঙৰ ভৰসা। (ফাইল ফটো)

08
এই বিশ্বকাপ মেছীৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া বুজাই কোৱাৰ প্ৰয়োজন নাই। (ফাইল ফটো)

  • লিঅ’নেল মেছী আৰু শচীন তেণ্ডুলকাৰৰ বহুকেইটা মিল চকুত পৰে। তেওঁলোকৰ মাজত যিবোৰ মিল বেছিকৈ চকুত পৰে তাৰ অন্যতম হ’ল এই দুই কিংবদন্তিৰ জাৰ্ছীৰ নম্বৰ ১০। (ফাইল ফটো)

    MORE
    GALLERIES