உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » sports »কোহলিৰ অধিনায়কত্ব ত্যাগৰ আৱেগঘন পোষ্ট, ধোনি আৰু শাস্ত্ৰীক স্মৰণ কৰি লিখিলে এই কথা...

    কোহলিৰ অধিনায়কত্ব ত্যাগৰ আৱেগঘন পোষ্ট, ধোনি আৰু শাস্ত্ৰীক স্মৰণ কৰি লিখিলে এই কথা...

    Virat Kohli mentioned MS Dhoni and Ravi Shastri: বিৰাট কোহলীয়ে টেষ্ট অধিনায়কত্ব ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে অৰ্থাৎ তেওঁ আৰু কোনো ফৰ্মেটত টীম ইণ্ডিয়াক নেতৃত্ব নিদিব। বিৰাটে শনিবাৰে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছিল।