লেডী লাক তেওঁৰ। তেওঁ এইটো স্বীকাৰ কৰিছে। সূৰ্যকুমাৰ যাদৱে এতিয়া যি ধৰিছে সেয়া সোণলৈ পৰিৱৰ্তিত হৈছে। সূৰ্যকুমাৰ যাদৱে তেওঁৰ পত্নী দেবিশা ছেট্টিক কলেজত লগ পাইছিল। প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেম। সেই সম্পৰ্ক বিবাহলৈকে আগবাঢ়ে। সূৰ্যকুমাৰে এটা সাক্ষাৎকাৰত কৈছিল যে দেবিশাই তেওঁৰ জীৱনত যথেষ্ট অৱদান আগবঢ়াইছে। বিশেষকৈ তেওঁৰ কেৰিয়াৰত। সূৰ্যকুমাৰ যাদৱ এতিয়া ভাৰতীয় অনুৰাগীসকলৰ নয়ণৰ মণি। তেওঁ এক হাতেৰে খেল জিকাই আছে। দেবিশা ছেট্টি দুর্দান্ত ডেঞ্চাৰ। সুৰ্যকুমাৰে নৃত্য দেখি দেবিশাৰ প্ৰেমত পৰিছিল। সূৰ্যকুমাৰ আৰু দেবিশা ২০১৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ সূৰ্যকুমাৰৰ জীৱনৰ লেডী লাক হৈ পৰিছে। সূৰ্যকুমাৰে যেতিয়াই সুযোগ পায় ভাৰতীয় দলৰ জাৰ্চীত নিজকে প্ৰমাণ কৰিছে। অনুৰাগীসকলে এতিয়া তেওঁক মৰমেৰে স্কাই বুলি মাতিছে।