Home » photogallery » sports »T20 In Guwahati : অপেক্ষাৰ অন্ত, বৰ্ষাপাৰা ষ্টেডিয়ামত একত্ৰ হ'ল ক্ৰিকেটাৰ আৰু ক্ৰিকেট অনুৰাগী, ভিন্ন বেশভূষাৰে আহিল দৰ্শক

T20 In Guwahati : অপেক্ষাৰ অন্ত, বৰ্ষাপাৰা ষ্টেডিয়ামত একত্ৰ হ'ল ক্ৰিকেটাৰ আৰু ক্ৰিকেট অনুৰাগী, ভিন্ন বেশভূষাৰে আহিল দৰ্শক

অনুৰাগীয়ে আজিৰ খেলখনত বাৰুকৈয়ে স্মৰণ কৰিছে এম এছ ধোনীৰ অনুপস্থিতি। ধোনিবিহীন খেল উপভোগ কৰিবলৈ আহি সেয়ে প্লেকাৰ্ডত ধোনিৰ নাম লিখি স্মৰণ কৰিছে প্ৰিয় ক্ৰিকেটাৰগৰাকীক।

  • |

শেহতীয়া বাতৰি