Home » photogallery » sports »Sachin Tendulkar Turns 49: মাৰুতি ৮০০ আছিল শচীন তেণ্ডুলকাৰৰ প্ৰথমখন গাড়ী, এতিয়া তেওঁ যাতায়াত কৰে এনে লাগজাৰী গাড়ীত

Sachin Tendulkar Turns 49: মাৰুতি ৮০০ আছিল শচীন তেণ্ডুলকাৰৰ প্ৰথমখন গাড়ী, এতিয়া তেওঁ যাতায়াত কৰে এনে লাগজাৰী গাড়ীত

আজি শচীন তেণ্ডুলকাৰৰ জন্মদিন, যাক ক্ৰিকেটৰ ঈশ্বৰ বুলি কোৱা হয়। ১৯৭৩ চনৰ ২৪ এপ্ৰিলত মুম্বাইত তেওঁৰ জন্ম হৈছিল। শচীনে আৰম্ভণিৰে পৰা গাড়ী ভাল পাইছিল।

  • |