Home » photogallery » sports »Viral Photos|Mohammad Shami|Hasin Jahan: আটক ধুনীয়া আৰু বিশাল ফাৰ্ম হাউছৰ মালিক মহম্মদ ছামী! নাম দেখিলেই মনত পৰে হাছিন জাহানলৈ!
Viral Photos|Mohammad Shami|Hasin Jahan: আটক ধুনীয়া আৰু বিশাল ফাৰ্ম হাউছৰ মালিক মহম্মদ ছামী! নাম দেখিলেই মনত পৰে হাছিন জাহানলৈ!
Viral Photos|Mohammad Shami|Hasin Jahan|BCCI|IndVsNZ: মহম্মদ ছামীৰ এই ফাৰ্ম হাউছৰ নাম হাছিন ফাৰ্ম হাউছ। মহম্মদ ছামীৰ পত্নীৰ নাম হাছিন জাহান (Hasin Jahan wife of Mohammad Shami)।
ফাৰ্ম হাউছলৈ যিয়ে গৈছে তেঁৱেই মুগ্ধ হৈছে। এই বিষয়ক লৈ বহু সময়ত চৰ্চাও হয় অনুৰাগীৰ মাজত। (ফটো : ইনষ্টাগ্ৰাম)
3/ 7
মহম্মদ ছামীৰ এই ফাৰ্ম হাউছৰ নাম হাছিন ফাৰ্ম হাউছ। মহম্মদ ছামীৰ পত্নীৰ নাম হাছিন জাহান (Hasin Jahan wife of Mohammad Shami)। ঘাইপথৰ কাষতে আলিনগৰত এই কোটিটকীয়া ফাৰ্মখন আছে। (ফটো : ইনষ্টাগ্ৰাম)
4/ 7
বিশেষজ্ঞসকলে অনুমান কৰে যে এই ফাৰ্ম হাউছৰ বৰ্তমান মূল্য প্ৰায় ১২ৰ পৰা ১৫ কোটি টকা। (ফটো : ইনষ্টাগ্ৰাম)