অসম দলটোত (Assam Aainball Team) খেলুৱৈ ৰূপে আছিল প্ৰজ্ঞান শৰ্মা (অধিনায়ক), কমলেশ্বৰ বসুমতাৰী, বিজয় ডেকা, অমিত গয়াৰী, অৰুণ বসুমতাৰী, ইজাজুল হক, নাৰায়ণ বসুমতাৰী, সুজিত বসুমতাৰী, প্ৰদীপ সৰকাৰ, মিথিছৰ বসুমতাৰী, জেহেৰুল ইছলাম, প্ৰিয়ম বৰ্মন। দলটোৰ প্ৰধান প্ৰশিক্ষক ৰূপে আছিল দীপাংকৰ কলিতা।