Home » photogallery » new-delhi »Lalu Prasad News: বহু দিনৰ মূৰত দেখা গৈছে হাস্যমুখৰ লালুক, নাতিয়েকৰ সৈতে ক'লা গগলচ পিন্ধি ধেমালি কৰি থকা ফটো ভাইৰেল

Lalu Prasad News: বহু দিনৰ মূৰত দেখা গৈছে হাস্যমুখৰ লালুক, নাতিয়েকৰ সৈতে ক'লা গগলচ পিন্ধি ধেমালি কৰি থকা ফটো ভাইৰেল

Lalu Prasad News: লালু প্ৰসাদ যাদৱৰ এই খিলখিলাই থকা ফটোখন তেওঁৰ জীয়ৰী মিছা ভাৰতীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আৰু লিখিছে...যেতিয়া ককা আৰু মৰমৰ নাতিয়ে কোন কিমান cool দেখাবলৈ প্ৰতিযোগিতা কৰে...ৰজেডিৰ ৰাষ্ট্ৰীয় সভাপতি লালু প্ৰসাদ যাদৱে বৰ্তমান তেওঁৰ ডাঙৰ জীয়েক মিছা ভাৰতীৰ দিল্লীত থকা বাসগৃহত আছে।