সোণৰ বিশুদ্ধতা কেনেকৈ ধৰিবঃ<br />চৰকাৰে এটা এপ বনাইছে যিটোৰ নাম ‘BIS Care app’। এই এপৰ সহায়ক গ্ৰাহকে (Consumer) সোণৰ (Gold) বিশুদ্ধতা (Purity) পৰীক্ষা কৰাৰ লগতে ইয়াৰ সৈতে জৰিত যিকোনো অভিযোগ দাখিল কৰিব পাৰে।<br />এই এপত (App) যদি সামগ্ৰীৰ লাইচেন্স, ৰেজিষ্ট্ৰেশ্যন আৰু হলমাৰ্ক ভুল পোৱা যায় তেনেহ’লে গ্ৰাহকে লগে লগে ইয়াৰ অভিযোগ সংশ্লিষ্ট বিভাগত দাখিল কৰিব পাৰে।