Home » photogallery » nation »Zika Virus: আতংক বঢ়াইছে জিকাই! এই ভাইৰাছৰ লক্ষণসমূহ কি কি? কিদৰে প্ৰতিৰোধ কৰিব জানক

Zika Virus: আতংক বঢ়াইছে জিকাই! এই ভাইৰাছৰ লক্ষণসমূহ কি কি? কিদৰে প্ৰতিৰোধ কৰিব জানক

এই পৰ্যন্ত জিকা ভাইৰাছৰ কোনো ভেকচিন আবিষ্কাৰ হোৱা নাই। ফ্ৰান্সত চলি আছে গৱেষণা। ভেকচিনৰ ট্ৰায়েল আৰম্ভ হৈছে।