যোগী আদিত্যনাথে দাখিল কৰা শপতনামা অনুসৰি, তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১ কোটি ৫৪ লাখ ৯৪ হাজাৰ ৫৪ টকা। ইয়াৰ ভিতৰত আছে তেওঁৰ হাতত থকা নগদ ধন আৰু বেংকৰ জমা।
3/ 6
নিৰ্বাচন আয়োগক দিয়া তথ্য অনুসৰি, যোগী আদিত্যনাথে ১২ হাজাৰ টকীয়া ম’বাইল ফোন ব্যৱহাৰ কৰে। ইয়াৰ উপৰি তেওঁৰ ওচৰত আছে ১ লাখ টকা মূল্যৰ এটা ৰিভলভাৰ আৰু ৮০ হাজাৰ টকা দামৰ এটা পিষ্টল।
4/ 6
শপতনামাত যোগী আদিত্যনাথে আৰু দাবী কৰিছে যে তেওঁৰ নামত কোনো কৃষিভূমি বা মাটি–সম্পত্তি নাই।
5/ 6
উত্তৰ প্ৰদেশত তেওঁৰ নামত কোনো গাড়ী বা যান–বাহন পঞ্জীয়নভুক্ত নাই বুলিও দাবী কৰিছে যোগী আদিত্যনাথে। তেওঁৰ কোনো ঋণ বা বকেয়া নাই বুলিও উল্লেখ কৰে আদিত্যনাথে।