প্ৰতিবেশীয়ে যেতিয়া শত্ৰুৰ ৰূপ লয়, তেতিয়া অৱস্থা কি হয়, এই ঘটনাই প্ৰমাণ কৰিলে। এগৰাকী মহিলা অকলে থকাৰ সুযোগ লৈ ঘৰৰ প্ৰৱেশ কৰিলে প্ৰতিবেশী যুৱক। শ্লীলতাহানিৰ প্ৰতিবাদ কৰোতেই নিৰ্যাতিতাৰ মুখত ঢালি দিলে এচিড। লগতে হাতত থকা চুৰীৰে ফালি পেলালে মহিলাগৰাকীৰ তলপেট।