সংবাদ পত্ৰ দ্য হানছ ইণ্ডিয়াৰ খবৰ অনুযায়ী, হায়দৰাবাদৰ পাহাড়ী শ্বৰীফ আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত সংঘটিত হৈছে এই হত্যাকাণ্ড। ৯ নম্বৰ বাৰ বিয়াত বহাৰ পিছতো অন্য যুৱকৰ সৈতে সম্পৰ্ক গঢ়িছিল মহিলাগৰাকীয়ে। এই কথা জানিব পাৰিয়েই পত্নীক হত্যা কৰে স্বামীয়ে। অভিযুক্ত স্বামীৰ নাম নাগাৰাজু বুলি জনাইছে আৰক্ষীয়ে।Representational Image