Change Language
মুখ্যপৃষ্ঠা » ফটো » দেশ
1/ 5


এনেধৰণৰ ঘটনা সঁচাই বিৰল। কিন্তু এই পৃথিৱীতে ঘটে এনে বিৰল ঘটনা। তেনে এক ঘটনাই আজি ক’বলৈ লৈছো। এগৰাকী মাতৃৰ গৰ্ভত যমজ সন্তান থকাৰ সময়তে তৃতীয় সন্তান গৰ্ভত ধাৰণ কৰিলে মহিলাগৰাকীয়ে। (প্ৰতীকী ফটো)
2/ 5


এই ঘটনা ধৰা পৰে আলট্ৰাছোনোগ্ৰাফীন কৰাৰ পিছত। চিকিৎসকে মহিলাগৰাকীক জনায় যে তেওঁ একেলগে তিনিটা সন্তান ধাৰণ কৰিছে। (প্ৰতীকী ফটো)
3/ 5


প্ৰথম দুই যমজ সন্তানৰ পিছত তৃতীয় সন্তানৰ বয়সৰ পাৰ্থক্য ১০–১১ দিন। বিজ্ঞানৰ ভাষাত এই অৱস্থাক ছুপাৰ ফিটেছন বোলে। (প্ৰতীকী ফটো)
4/ 5


উক্ত মহিলাগৰাকীয়ে এই অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰিছে টিকটক ভিডিঅ’ত। ছচিয়েল মিডিয়াতো প্ৰকাশ কৰিছে এই কথা। মুহূৰ্ততে ভাইৰেল হৈছে সেই ভিডিঅ’। (প্ৰতীকী ফটো)