গুজৰাটত সাধাৰণতে দীপাৱলী আতশবাজীৰে পালন কৰে। কিন্তু ৰাজ্যখনত দীপাৱলী পালন কৰাৰ কিছুমান আচৰিত পৰম্পৰাও আছে। এজনে আনজনৰ শৰীৰলৈ ingoria দলীয়াই দীপাৱলীৰ নিশাঃ আমৰোলী জিলাৰ সাৱৰকুণ্ডলাত দীপাৱলীৰ নিশা যোৱা ১০০ বছৰ ধৰি পৰম্পাৰিক যুঁজ চলে। এই যুঁজক ingoria নামেৰে জনা যায়। এমাৰ পূৰ্বৰে পৰা ingoria বনোৱা কাম আৰম্ভ কৰে। মেঘৰ্জ তালুকাৰ গাঁৱত ফটকা ফুটাই গৰু দৌৰাই নতুন বছৰ পালন কৰাৰ পৰম্পৰা অত্যন্ত পুৰণি। পৰম্পৰা অনুসৰি, সকলোৱে ৰং লগাই আৰু বিয়লি ফটকা ফুটাই ঘৰত থকা গৰু বোৰ এৰি দিয়ে। আৰু ফটকাৰ ভয়ত গৰু বোৰে দৌৰে। যাৰ গৰুৱে নিৰ্ধাৰিত সীমা প্ৰথমে অতিক্ৰম কৰে, গৰাকীক পুৰষ্কৃত কৰা হয়। এই গাঁৱৰ লোকৰ মাজত হয় ৰকেট যুঁজঃ সিদ্ধপুৰতো দীপাৱলী আৰু নতুন বছৰ ব্যতিক্ৰমী ৰূপত পালন কৰা হয়। এই দুদিন লোকসকলে ৰকেট ৱাৰ খেলে।