Home » photogallery » nation »Union Budget 2023, 7th Pay Commission : মোদী চৰকাৰৰ কৰ্মীসকলৰ ভাগ্য খুলিব ২০২৩ৰ বাজেটত! বৃদ্ধি পাব মোটা অংকৰ বেতন!

Union Budget 2023, 7th Pay Commission : মোদী চৰকাৰৰ কৰ্মীসকলৰ ভাগ্য খুলিব ২০২৩ৰ বাজেটত! বৃদ্ধি পাব মোটা অংকৰ বেতন!

7th Pay Commission: কোৰোণা সংক্ৰমণৰ সময়ৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ১৮ মাহৰ ডিএ পাবলগীয়া আছে। দীৰ্ঘদিন ধৰি মোদী চৰকাৰৰ কৰ্মচাৰীসকলে এই ধনৰ বাবে দাবী জনাই আহিছে।

শেহতীয়া বাতৰি