হেমন্তই জনাই যে, ‘শ্বুটিৰ পৰা আহি চিত্ৰা বাথৰুমলৈ গৈছিল। কিন্তু বাথৰুমত প্ৰৱেশ কৰাৰ পিছত বহু সময় ধৰি বাহিৰলৈ অহা নাছিল চিত্ৰা। বাহিৰৰ পৰা মাত দিয়াৰ পিছতো পোৱা নাছিল কোনো ধৰণৰ সঁহাৰি। তেতিয়াই হেমন্তই হোটেলৰ এগৰাকী কৰ্মীক মাতে। ডুপ্লিকেট চাবিৰে দৰ্জা খোলাৰ পিছতে অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়।