পিটিআইৰ খবৰ অনুসৰি, আৰক্ষীৰ জেৰাত ভাঙি পৰে মৃত লোকজনৰ পুত্ৰ। স্বীকাৰ কৰে চাকৰিৰ লোভত পিতৃক হত্যা কৰাৰ কথা। যাতে পিতৃৰ মৃত্যুৰ পিছত ক্ষতিপূৰণ হিচাপে পিতৃৰ চাকৰিটো পায়। কাৰণ তেওঁ জানিছিল, চাকৰি কৰাকালীন সময়ত কোনো লোকৰ মৃত্যু হ’লে, সেই চাকৰি পুত্ৰই লাভ কৰাৰ সম্ভাৱনা থাকে। সেয়ে এই ঘটনা সংঘটিত কৰে পুত্ৰই। (প্ৰতীকী ফটো)