আক্ৰমণৰ চিকাৰ হোৱা অভিনেত্ৰী মালভি মলহোত্ৰা ইণ্ডাষ্ট্ৰীৰ জনপ্ৰিয় মুখ। টেলিভিশ্যনৰ উড়ান চিৰিয়েলত অভিনয় কৰিছিল।সম্প্ৰতি হোটেল মিলন নামৰ এখন চিনেমাত চুক্তিবদ্ধ হৈছিল অভিনেত্ৰীগৰাকী। এবছৰ পূৰ্বে যোগেশকুমাৰ মহিপাল সিঙৰ সৈতে ফেচবুক যোগে চিনাকী হৈছিল অভিনেত্ৰীগৰাকী। কিছুদিন পূৰ্বে যোগেশকুমাৰ মহিপাল সিঙে বিবাহৰ প্ৰস্তাৱ দিয়ে মালভিক। কিন্তু এই প্ৰস্তাৱ মানি লোৱা নাছিল অভিনেত্ৰীগৰাকীয়ে। আৰু সেইকাৰণেই আক্ৰমণৰ বলি হয় অভিনেত্ৰীগৰাকী।