ভোজপুৰী অভিনেত্ৰী ত্ৰিশাকৰ মধুৰ MMS ভাইৰেল হোৱাৰ পিছত ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে। বহুলোকে সেই ভিডিও ত না না ধৰণৰ কমেণ্ট কৰিছে। অভিনেত্ৰীগৰাকীয়েও ফেচবুকৰ সহায়ত নিজৰ মন্তব্য এতিয়া আগবঢ়াইছে। ইফালে ইণ্টাৰনেটত শ্বেয়াৰ হৈছে অভিনেত্ৰীগৰাকীৰ MMS। বহুতে ইউটিউবৰ জৰিয়তে ত্ৰিশাকৰ ফুল ভিডিও শ্বেয়াৰ কৰিছে। লগতে ভিডিও কিদৰে ডাউনলোড কৰিব লাগিব, তাৰো লিংক শ্বেয়াৰ কৰিছে। ইফালে অভিনেত্ৰীগৰাকীয়ে বাৰে বাৰে ভিডিও শ্বেয়াৰ নকৰিবলৈ অনুৰোধ জনাইছে। লগতে যি ডাউনলোড কৰিছে, ডিলিট কৰিবলৈও অনুৰোধ জনাইছে। উল্লেখ্য যে, ইউটিউবত ত্ৰিশাকৰ মধুৰ ভিডিও চাৰ্চ কৰিলে তেওঁৰ ভাইৰেল ভিডিওৰ লিংক বা ত্ৰিশাকৰ মধু ভাইৰেল ভিডিও লিংক ডাউনলোড কৰাৰ অপশ্যন সমুখলৈ আহে। এতিয়া কিদৰে চাৰ্চ কৰা হৈছে বা কি কি শব্দ ব্যৱহাৰ কৰা হৈছে সেই অনুসন্ধান কৰা হৈছে। ইউটিউবত এনেদৰে ভিডিও শ্বেয়াৰ কৰা অনৈতিক যদি কোনো ভিডিও ভাইৰেল হয়, তেন্তে কি কৰা হয়। ভাৰতত পৰ্ণগ্ৰাফী নিষিদ্ধ কৰা আছে। যাৰফলত যি এই কাম কৰিছে, সেই সকলৰ বিপদ বাঢ়িছে। উল্লেখ্য যে, ত্ৰিশাকৰ মধুৱে সকলোকে আহ্বান জনাইছে যে, তেওঁক এনেদৰে বদনাম কৰিব নালাগে। কিছুদিন আগতে তেওঁ পৱন সিঙৰ পৰাও সহায় বিচাৰিছিল। আনকি পৱনৰ অনুৰাগীসকলে তেওঁক গৰিহনা দিছিল৷ ট্ৰ'ল কৰিছিল আৰু মন্তব্যও কৰিছিল৷