শুনা গৈছে, নুছৰতৰ সৈতে প্ৰেম চলিছে অভিনেতা যশ দাসগুপ্তৰ। এই সন্দৰ্ভত অৱশ্যে দুয়ো মুকলিকৈ কোনো কথা প্ৰকাশ কৰা নাই। কিন্তু নিখিলৰ সৈতে নুছৰতৰ সম্পৰ্কৰ অৱনতি হৈছে, সেয়া নুছৰতৰ কথাত প্ৰকাশ পাইছে। লগতে নিখিলৰ কিছুমান পোষ্টো যথেষ্ট গুৰুত্বপূৰ্ণ। (ফটো : ইনষ্টাগ্ৰাম)