কিশোৰীগৰাকীয়ে জনাইছে যে, চাৰি মাহ ধৰি সেই এলেকাত কাম কৰি আছিল কিশোৰীগৰাকীয়ে। আৰু তাতেই চিনাকী হৈছিল কিশোৰজনৰ সৈতে। কিন্তু এমাহ পূৰ্বে সেই কাম এৰি দিয়ে দুৰ্ভগীয়া কিশোৰীগৰাকীয়ে। তাৰ পিছত শনিবাৰে কিশোৰজনে যি ঠাইত কাম কৰে, সেই ঠাইতে কামৰ সুবিধা দিয়াৰ আশা দেখুৱাই কিশোৰীগৰাকীক মাতি দিয়ে। আৰু তাৰ পিছত তিনি বন্ধু সৈতে মিলি দলবদ্ধ ধৰ্ষণ কৰে।