Home » photogallery » nation »PHOTOS: প্ৰিয়ংকা বাইদেউৰ ৰোড ছাইড ক্লাছ, অনলাইন ক্লাছৰ পৰা বঞ্চিত শিশু শিক্ষাৰ্থীয়ে ছাগলী চৰি থকা সময়তে কৰিছে পাঠগ্ৰহণো

PHOTOS: প্ৰিয়ংকা বাইদেউৰ ৰোড ছাইড ক্লাছ, অনলাইন ক্লাছৰ পৰা বঞ্চিত শিশু শিক্ষাৰ্থীয়ে ছাগলী চৰি থকা সময়তে কৰিছে পাঠগ্ৰহণো

Jhabua Photo News: এখন টাউনশ্বিপত চলি আছে ক্লাছ। এই শ্ৰেণীটো অতি বিশেষ, কিয়নো এই বিদ্যালয়ৰ স্থান আৰু ইয়ালৈ অহা শিক্ষাৰ্থী দুয়োটাই বিশেষ। শ্ৰেণীৰ মেডামো বিশেষ।