Change Language
মুখ্যপৃষ্ঠা » ফটো » দেশ
1/ 6


সন্তান, পিতৃ-মাতৃৰ কাষত থকা মানে, সম্পূৰ্ণ সুৰক্ষিত হৈ থকা! কিন্তু এইবাৰ তেনে এক পিতৃ-মাতৃৰেই চৰম শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হ'ল এটি সন্তান।
3/ 6


ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰত। য়াগেল এষ্টেট এলেকাৰ পৰা যোৱা দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দম্পত্তিটোক।
4/ 6


আৰক্ষীয়ে জনোৱা মতে, শিশুটিৰ দেউতাক আৰু তেওঁৰ দ্বিতীয়গৰাকী পত্নী লগ হৈ শিশুটিৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছিল।
5/ 6


শিশুটিৰ অপৰাধ আছিল বিচনাত প্ৰস্ৰাব কৰা। বাৰে বাৰে সাৱধান কৰি থকাৰ পিছতো বিচনাত প্ৰস্ৰাব কৰাত শিশুটিৰ ওপৰত অকথ্য শাৰীৰিক নিৰ্যাতন চলাইছিল দেউতাক আৰু মাহী মাকে। আনকি নাবালকৰ যৌনাংগত লগাই দিছিল গৰম ৰ'ড।