News18ৰ সৈতে সাক্ষাৎকাৰতে নহয়, চিবিআই–এনচিবিৰ জেৰাতো ৰিয়াই দাবী কৰিছে, সুশান্তৰ সৈতে পিতৃৰ সম্পৰ্ক ভাল নাছিল। মই অহাৰ পূৰ্বে সুশান্তই ৫ বছৰ পিতৃক দেখা কৰা নৈছিল। তেওঁৰ মাতৃৰ মৃত্যুৰ পিছত পিতৃয়ে সন্তানৰ পৰা আঁতৰি গৈছিল। সুশান্ত মাকৰ অতি আপোন আছিল। মাকৰ বাবে দুখ পাইছিল। কিন্তু এতিয়া কল ৰেকৰ্ডৰ তথ্য পোহৰলৈ অহাত প্ৰশ্ন উঠিছে যে তদন্তকাৰী বিষয়াক মিছা কথা কৈছিল নেকি ৰিয়াই?