Home » photogallery » nation »Lata Mangeshkar Final Journey: কোকিলকণ্ঠী লতা মংগেশকাৰৰ অন্তিম যাত্ৰাৰ কেইখনমান PHOTO

Lata Mangeshkar Final Journey: কোকিলকণ্ঠী লতা মংগেশকাৰৰ অন্তিম যাত্ৰাৰ কেইখনমান PHOTO

লতা মংগেশকাৰৰ (Lata Mangeshkar) মৃতদেহ ঘৰৰ পৰা উলিয়াই নিয়াৰ সময়ত দেখা গৈছিল অনুৰাগীৰ ভিৰ। অন্তিম যাত্ৰাত তেওঁৰ অনুৰাগীসকলৰ লগতে বলীউডৰ সকলো কিংবদন্তি তাৰকা উপস্থিত আছিল।