Home » photogallery » nation »ভয়ংকৰ! হাস্পতালতে ধৰ্ষণ কৰা হ’ল অচেতন অৱস্থাত থকা চিকিত্‍সাধীন ৰোগীক

ভয়ংকৰ! হাস্পতালতে ধৰ্ষণ কৰা হ’ল অচেতন অৱস্থাত থকা চিকিত্‍সাধীন ৰোগীক

ঘটনাৰ সন্দৰ্ভত এতিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে। অভিযোগ লাভ কৰাৰ পিছতে হাস্পতালত অভিযান চলাই আৰক্ষীয়ে।