

ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ সৈতে তেওঁৰ প্ৰেমিকা নতাশা ষ্টানকোভিচৰ খুব খৰখেদাকৈ বিয়া হৈছিল। তাৰ কিছুদিন পিছতেই পিতৃ হৈছিল পাণ্ডিয়া। বিয়াৰ পূৰ্বে গৰ্ভৱতী হোৱাৰ বাবেই খৰখেদাকৈ বিয়াত বহিছিল দুয়ো। (Image: Instagram)


বলীউদৰ সাহসী অভিনেত্ৰী হিচাপে খ্যাত নেহা ধুপিয়াই এক অনুষ্ঠানত প্ৰেমিক অংগদ বেদীৰ সৈতে বিবাহ হৈছিল। খবৰ অনুসৰি, নেহাও বিয়াৰ পূৰ্বেই গৰ্ভৱতী হৈছিল। (Image: Instagram)


আফ্ৰিকাৰ মডেল তথা অভিনেত্ৰী গ্ৰেব্ৰিয়েলাই বিয়া নপতাকৈয়ে অভিনেতা অৰ্জুন ৰামপালৰ সৈতে সন্তান জন্ম দিছে। (Image: Instagram)


বলীউদ অভিনেত্ৰী লিজা হেডেনে ২০১৬ চনত অক্টোবৰত বিয়া হৈছিল আৰু ২০১৭ৰ মে’ত সন্তান জন্ম দিছিল। বিয়াৰ পূৰ্বেই গৰ্ভৱতী আছিল লিজা। (Image: Instagram)


ছাকিল লাদাকৰ সৈতে হঠাৎ বলীউদৰ অভিনেত্ৰী অমৃতা আৰোৰাৰ বিয়াৰ কথা ঘোষণা কৰা হৈছিল। ইয়াৰ কিছুদিন পিছতে দুয়ো নিজৰ সন্তান জন্মৰ কথা ঘোষণা কৰিছিল। (Image: Instagram)


বলীউদৰ অভিনেত্ৰী য়ামী জেকছনে প্ৰেমিক জৰ্জৰ সৈতে বিয়াৰ পিছতে নিজৰ গৰ্ভধাৰণৰ কথা প্ৰকাশ কৰিছিল। (ফাইল ফটো)


বলীউদ অভিনেত্ৰী কংকনা সেন শৰ্মাই দীৰ্ঘদিন ধৰি অভিনেতা ৰণবীৰ ছোৰীৰ সৈতে ডেট কৰিছিল। পিছত দুয়ো এক অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। এৰ পিছত তেওঁলোকে সন্তানৰ কথা ঘোষণা কৰে৷ File


বলীউদৰ প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱী আৰু চলচ্চিত্ৰ নিৰ্মাতা স্বামী বনী কাপুৰৰ প্ৰেমৰ কাহিনী চিনেমাৰ কাহিনীৰ দৰেই আছিল। বনী কাপুৰৰ সৈতে বিয়া হোৱাৰ সময়ত শ্ৰীদেৱী ৭ মাহৰ গৰ্ভৱতী আছিল। File


ৰাষ্ট্রীয় পুৰস্কাৰ বিজয়ী অভিনেত্ৰী নীনা গুপ্তাই ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডৰ সৈতে ডেট কৰিছিল আৰু বিয়া নোহোৱাকৈয়ে কন্যা সন্তানৰ জন্ম দিছিল। File