Home » photogallery » nation »শহুৰেকে বিধৱা বোৱাৰীক কৰি দিলে পুনৰ বিবাহ; নিজ ছোৱালীৰ দৰে কৰিলে কন্যাদান; উপহাৰত দিলে গাড়ী

শহুৰেকে বিধৱা বোৱাৰীক কৰি দিলে পুনৰ বিবাহ; নিজ ছোৱালীৰ দৰে কৰিলে কন্যাদান; উপহাৰত দিলে গাড়ী

Saharanpur News: পুত্ৰৰ মৃত্যুৰ পিছত শহুৰেকে বোৱাৰীক জীয়েকৰ দৰে ডাঙৰ-দীঘল কৰিলে। পুত্ৰৰ মৃত্যুত পৰিয়ালটো ভাঙি গ’ল যদিও বোৱাৰীৰ ভৱিষ্যতৰ চিন্তাই দিনে নিশাই অশান্তি দিছিল। বোৱাৰীক নিজ কন্য়াৰ দৰে 'কন্য়াদান' কৰি ঘৰৰ পৰা বিদায় দিয়া হ'ল। কেৱল এয়াই নহয়, বোৱাৰীক এখন গাড়ী আৰু লাখ লাখ টকাৰ সামগ্ৰীও উপহাৰ দিয়া হৈছিল। বোৱাৰীক কন্যাৰ দৰে মৰম দি তেওঁ এক অনন্য নিদৰ্শন দাঙি ধৰিলে। এই ঘটনাটো উত্তৰ প্ৰদেশৰ চাহাৰানপুৰৰ বদগাঁও চহৰৰ সাৱন্ত খেড়ি গাঁৱৰ সৈতে জড়িত।

শেহতীয়া বাতৰি