সুশান্তৰ মৃত্যুৰ ৮৭ দিনৰ পিছত গ্ৰেপ্তাৰ হয় ৰিয়া চক্ৰবৰ্তী। ৰিয়াৰ গ্ৰেপ্তাৰৰ পিছতে এটাৰ পিছত আন এটা বলীউদৰ ভিতৰুৱা কথা পোহৰলৈ আহিছে। ৰিয়াই এতিয়া নাম লৈছে বহু অভিনেতা-অভিনেত্ৰীৰ। তালিকাত নাম আছে ছাৰা আলী খান, শ্ৰদ্ধা কাপুৰ, ৰাকুল প্ৰীত, বিকি কৌশলৰ দৰে তাৰকাৰ।