Home » photogallery » nation »Saloni-Viraf Wedding: ১৫০ টকাৰ বিয়া! বিয়াৰ বাবে থোৱা সকলো টকা কোভিড যোদ্ধাৰ বাবে আগবঢ়াই এনেদৰে বিবাহপাশত আবদ্ধ হ'ল দুই তাৰকা!

Saloni-Viraf Wedding: ১৫০ টকাৰ বিয়া! বিয়াৰ বাবে থোৱা সকলো টকা কোভিড যোদ্ধাৰ বাবে আগবঢ়াই এনেদৰে বিবাহপাশত আবদ্ধ হ'ল দুই তাৰকা!

ছচিয়েল মিডিয়াত বিয়পি পৰে দুয়োৰে বিবাহৰ খবৰ।  চৰ্চাৰ বিষয় আছিল দুয়োৰে বিয়াৰ বাজেট। বিয়াৰ সম্পূৰ্ণ বাজেট তেওঁলোকে কোৰোণা যুদ্ধৰ বাবে দান কৰিছিল।